মালদ্বীপৰ পৰা হানিমুনৰ ফটো শ্বেয়াৰ ৰিয়া কাপুৰ-কৰণ বোলানীৰ

By

Published : Sep 12, 2021, 12:48 PM IST

thumbnail

মালদ্বীপত হানিমুনৰ(Honeymoon) আনন্দ লৈছে নৱ দম্পতী ৰিয়া কাপুৰ(Rhea Kapoor) আৰু কৰণ বোলানীয়ে(Karan Boolani) ৷ হলিডে পাৰাডাইৰ পৰা ছ’চিয়েল মিডিয়াযোগে ফটো শ্বেয়াৰ কৰিছে ৰিয়া-কৰণে ৷ ফটোত নৱ দম্পতীটোক এক ৰোমাণ্টিক প’জত থকা দেখা গৈছে ৷ 18 আগষ্টত জুহুৰ নিজ বাসগৃহত কেৱল পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত বিবাহপাশত আৱদ্ধ হৈছিল ৰিয়া কাপুৰ আৰু কৰণ বোলানী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.