ৰুমী জাফৰীৰ কন্যাৰ মেহেন্দীত উপস্থিত ৰিয়া চক্ৰৱৰ্তী

By

Published : Aug 2, 2021, 4:15 PM IST

thumbnail

চলচ্চিত্ৰ নিৰ্মাতা তথা চিত্ৰ নাট্যকাৰ অভিনেত্ৰী ৰুমী জাফৰী (Rumi Jaffery)ৰ কন্যা আলফিয়া জাফৰী (Alfia Jaffery)ৰ মেহেন্দী অনুষ্ঠানত উপস্থিত ৰিয়া চক্ৰৱৰ্তী । দেওবাৰে মুম্বাইত অনুষ্ঠিত হোৱা আলফিয়াৰ বিবাহৰ সকলো অনুষ্ঠানত আলফিয়াৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে অভিনেত্ৰী ৰিয়া উপস্থিত থাকে । ইয়াৰ লগতে অভিনেতা ক্ৰিষ্টল ডিচুজা (Krystle D’Souza) উপস্থিত থাকে এই অনুষ্ঠানত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.