শেহতীয়াকৈ কেমেৰাত আৱদ্ধ বলীউডৰ তাৰকাসকল...

By

Published : Aug 18, 2021, 12:43 PM IST

thumbnail

বলীউডৰ অভিনেতা অনিল কাপুৰ(Anil Kapoor) আৰু অৰ্জুন কাপুৰ(Arjun Kapoor)ক মঙলবাৰে একেলগে দেখা যায় ‘Bhoot Police’ প্ৰিমিয়াৰত । খুৰা-ভতিজাকে একেলগে সাংবাদিকৰ কেমেৰাৰ সন্মুখত প’জ দিয়ে । দুয়োৰে সৈতে প্ৰযোজক ৰমেশ তৌৰাণীকো প্ৰত্যক্ষ কৰা হয় । ইফালে চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক কৰণ জোহৰ(Karan Johar) আৰু অভিনেতা বিজয় বাৰ্মা(Vijay Varma)ক বিমানবন্দৰত কেমেৰাত আৱদ্ধ কৰে সাংবাদিকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.