অৰ্জুন-মালাইকাৰ ডিনাৰ ডেট : চাওক ভিডিঅ’...

By

Published : Sep 18, 2021, 12:29 PM IST

thumbnail

শুকুৰবাৰে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টত প্ৰেয়সী মালাইকা অৰোৰাৰ সৈতে নৈশ আহাৰ কৰিবলৈ গৈছিল অভিনেতা অৰ্জুন কাপুৰ ৷ মালাইকাৰ পিন্ধনত আছিল বগা চাৰ্ট আৰু আঁঠুলৈকে পৰা ডেনিম চৰ্টছ ৷ আনহাতে, অৰ্জুনক ক’লা টি-চাৰ্ট আৰু একে ৰঙৰ ডেনিম জিন্চত দেখিবলৈ পোৱা গৈছিল ৷ দুয়োগৰাকী তাৰকাই 2018 চনৰে পৰা relationship ত আছে যদিও অনুৰাগীৰ পৰা আঁতৰত ৰাখিছে দুয়োৱে সম্পৰ্কটো ৷ চাওক অৰ্জুন-মালাইকাৰ ডিনাৰ ডেটৰ এই ভিডিঅ’...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.