Tiger menace : দিন দুপৰতে জনাঞ্চলত মুক্ত বিচৰণ বনৰজাৰ

By

Published : May 23, 2023, 3:45 PM IST

thumbnail

কলিয়াবৰ, 23 মে’: যোৱা কেইবামাহ ধৰি কলিয়াবৰৰ শিলঘাটত এটা ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰি থকাৰ সময়তে এইবাৰ নগাঁও-কাৰ্বি আংলং সীমান্তৰ আঞ্জুকপানীত ঢেকীয়পতীয়া বাঘৰ মুক্ত বিচৰণ  (Tiger Free roaming at Anjukpani) ৷  দিন দুপৰতে ৫ নম্বৰ লাইনত বিচৰণ প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটোৰ। মুক্তমনে বাঘটোৱে মুকলি পথাৰত বিশ্ৰাম কৰাৰ দৃশ্য বন্দী হৈছে স্থানীয় লোকৰ মোবাইলত (Royal Bengal tiger at Anjukpani)। 

খাদ্যৰ সন্ধানত বাঘটো কাৰ্বি পাহাৰৰ পৰা নামি অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ অৱশ্যে কিছু সময়ৰ পিচতে বাঘটো পুনৰ পাহাৰৰ দিশে গুচি যায় ৷ উল্লেখ্য যে, বিগত কেবামাহ ধৰি কলিয়াবৰৰ বিভিন্ন অঞ্চলত সঘনে বনৰজাই বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰা গৈছে (Tiger Free roaming at Kaliabor) ৷ 

লগতে পঢ়ক: Tiger at Kaliabor: কলিয়াবৰত মাৰ যোৱা নাই বনৰজাৰ আতংক; আকৌ জনাঞ্চলত বনৰজা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.