Crime in Guwahati: গুৱাহাটী ষ্টেচনত ৫৭ লাখ টকা জব্দ - Money seized at Guwahati railway station

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 10, 2023 at 3:54 PM IST

Choose ETV Bharat

গুৱাহাটী, ১০ মে: গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ ধন জব্দ কৰা হৈছে (Money seized at Guwahati railway station)। ৰে'ল আৰক্ষীয়ে বুধবাৰে পুৱা অভিযান চলাই ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰে 57 লাখ 50 হাজাৰ টকা । লগতে আৰক্ষীৰ জালত পৰিল দুই সৰবৰাহকাৰী । ধৃত সৰবৰাহকাৰী দুটা হৈছে ঝাৰখণ্ডৰ ঋষিকেশ খান আৰু ৰাজস্থানৰ তলৱিশ খান ।

গুৱাহাটী ৰে'ল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাসৰ নেতৃত্বত চলা অভিযানত জব্দ কৰা হৈছে এই ধনখিনি (Guwahati Railway Police Station)। দুই সৰবৰাহকাৰীয়ে ডিব্ৰুগড়ৰ পৰা নগদ ধনখিনি আনিছিল । গুৱাহাটী ৰে'ল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয় যে, ডিব্ৰুগড়ৰ পৰা বিহাৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল ধনখিনি । এটা ট্ৰলিবেগত আনিছিল 57 লাখ 50 হাজাৰ টকা । ইয়াত ৫০০,২০০ আৰু ১০০ টকীয়া নোট আছে । অধিকাংশ নোটেই ৫০০ বুলি কয় ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাসে ।

লগতে পঢ়ক: Protest at silsako beel : প্ৰতিবাদকাৰী মহিলাক অখিলপন্থী আখ্যা মন্ত্ৰী সিংহলৰ

ABOUT THE AUTHOR

author-img

...view details