Anganwadi workers protest : বেলতলাত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদ - Anganwadi workers helpers protest in Guwahati

🎬 Watch Now: Feature Video

thumbnail
বেলতলাত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদ (undefined)

By

Published : May 23, 2023 at 3:43 PM IST

Choose ETV Bharat

গুৱাহাটী,২৩ মে': গুৱাহাটীত ধাৰা ১৪৪ বলবৎ থকাৰ (Section 144 imposed in Guwahati) মাজতে গুৱাহাটীত অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদ । মঙলবাৰে বেলতলাস্থিত জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাই (Anganwadi workers helpers protest in Guwahati)। কেইবাটাও দাবীৰ শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে । ইফালে ২৩ মে'ৰ পৰা ৰাজ্যজুৰি ৪ দিনীয়া কৰ্মবিৰতি পালন কৰিছে অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাই ।

প্ৰতিবাদৰ জৰিয়তে অংগনৱাড়ী কৰ্মী তথা সহায়িকাসকলক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্ৰদান কৰাৰ লগতে মাননীৰ সলনি মজুৰী প্ৰদানৰ দাবী তোলে (Demand of Anganwadi workers)। মজুৰী দিব নোৱাৰালৈ কমেও ১০ হাজাৰ টকাকৈ মাননী প্ৰদানৰো দাবী জনাইছে প্ৰতিবাদী কৰ্মীসকলে । দীর্ঘদিন ধৰি প্ৰতিবাদ কৰাৰ লগতে মুখ্যমন্ত্ৰী তথা বিভাগলৈ স্মাৰকপত্ৰ প্ৰদান কৰিও কোনো সুফল পোৱা নাই বুলি অভিযোগ কৰিছে কৰ্মীসকলে । সমান্তৰাল কৈ প্ৰতিটো অংগনৱাড়ী কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি উন্নত কৰিবলৈও চৰকাৰক আহ্বান জনাইছে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :Junmoni Rabha mysterious death : নামৰূপত জোনমণি ৰাভালৈ শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

author-img

...view details