নিমিষতে ধ্বংসস্তূপত পৰিণত ডনাল্ড ট্ৰাম্পৰ কেচিন'

By

Published : Feb 19, 2021, 7:58 PM IST

thumbnail

মাত্ৰ 20 চেকেণ্ডতে ধ্বংসস্তূপত পৰিণত হ'ল আটলান্টিক চিটিত অৱস্থিত ট্ৰাম্প প্লাজা কেচিন' ৷ সংযুক্ত ৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আছিল এই কেচিন'ৰ মালিক ৷ ট্ৰাম্পৰ নামেৰেই নামাকৰণ কৰা হৈছিল এই কেচিন' ৷ ডাইনামাইটেৰে ধ্বংস কৰা হয় আকাশচুম্বী এই অট্টালিকা ৷ নিমিষতে ট্ৰাম্পৰ এই অট্টালিকা ধ্বংস হোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰিলে অসংখ্য ৰাইজে ৷ কেমেৰাত বন্দী হ'ল সমগ্ৰ দৃশ্য ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.