Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য

By

Published : Oct 29, 2020, 1:48 PM IST

thumbnail

সমগ্ৰ বিশ্বত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে 4,47,74,763 ৰ সীমা য’ত মৃত্যুবৰণ কৰিছে 11,79,225 গৰাকী ব্যক্তিয়ে ৷ এই ভাইৰাছে বিশ্বৰ অৰ্থ ব্যৱস্থাত ভয়ংকৰ ক্ষতি কৰিছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 91,20,751 গৰাকী ব্যক্তি ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ বিপৰীতে 2,33,130 গৰাকী ব্যক্তিয়ে মৃত্যুবৰণ কৰিছে ৷ আক্ৰান্তৰ তালিকাৰ দ্বিতীয় স্থানত অৱস্থান কৰিছে ভাৰতবৰ্ষই ৷ দেশখনত 80,40,203 গৰাকী ব্যক্তি চীনা ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে 1,20,527 গৰাকী আক্ৰান্ত ব্যক্তিয়ে মৃত্যু সাৱটি লৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.