COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য !

By

Published : May 10, 2020, 1:43 PM IST

Updated : May 11, 2020, 12:14 PM IST

thumbnail

কৰ'ণা মহামাৰীৰ ত্ৰাস অব্যাহত আছে সমগ্ৰ বিশ্বত ৷ বৰ্তমানলৈকে বিশ্বত 41,01,772 গৰাকী লোক COVID-19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে, মৃত্যুক আঁকোৱালি লৈছে 2,80,443 গৰাকীয়ে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 1,347,309 গৰাকী লোক আক্ৰান্ত হৈছে আৰু 80,037 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৷ স্পেইনতো একেদৰে 262,783 গৰাকী লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ দেশখনত মৃতকৰ সংখ্যা 26,478 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বিশ্বৰ দেশ সমূহৰ COVID-19 ৰ খবৰ জানিবলৈ চাওক এই প্ৰতিবেদন...

Last Updated : May 11, 2020, 12:14 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.