আপুনিও চেষ্টা কৰি চাওক এই ভজা মোদকৰ ৰেচিপি

By

Published : Aug 30, 2020, 8:41 PM IST

thumbnail

মোদক তৈয়াৰৰ প্ৰচলিত পদ্ধতিৰ পৰা বিৰতি লোৱাৰ বাবে মোদক প্ৰস্তুতৰ বাবে বহু পৰীক্ষা-নিৰীক্ষা কৰা হৈছে ৷ যাৰ ফলস্বৰূপে মোদকৰ সোৱাদ আৰু প্ৰস্তুত প্ৰণালীত কিছুমান সাল-সলনি আহিছে ৷ ইয়াত আমি এনে এক মোদকৰ ৰেচিপি লৈ আহিছো য'ত চাউলৰ গুৰিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছে ময়দাৰ সৈতে খৈয়া, লাও আদি উপাদান ৷ ইয়াৰোপৰি এই সুস্বাদু মোদক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ভাপ প্ৰদান কৰা বা সিজোৱাৰ পৰিৱৰ্তে ইয়াক গভীৰভাৱে ভজা হৈছে ৷ আপুনিও এই ৰেচিপিৰে মোদক তৈয়াৰ কৰাৰ চেষ্টা কৰক আৰু আপোনাৰ অভিজ্ঞতা আমাকো জনাওক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.