আপোনাৰ প্ৰিয়জনক শুকান ফলেৰে তৈয়াৰী স্বাস্থ্যকৰ মোদকৰ সোৱাদ দিয়ক

By

Published : Sep 10, 2021, 6:38 PM IST

thumbnail

উৎসৱ আৰু মিঠাই ভাৰতত সকলোৰে প্ৰিয় ৷ এই উৎসৱৰ দিনকেইটাত মিঠাই আনন্দ উপভোগৰ যেন এক অত্যাৱশ্যকীয় অংশ হৈ পৰে ৷ কিন্তু ভাৰতৰ দৰে এখন দেশ, য'ত ক্ৰমাগতভাৱে মধুমেহ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে, এক স্বাস্থ্যকৰ বিকল্প বাচনি কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷ এই উৎসৱৰ বতৰত আনন্দ উপভোগৰ উৎসাহ যাতে ম্লান নপৰে তাৰ বাবে আমি লৈ আহিছো এক উপায় ৷ আহক এই ৰেচিপ শিকক আৰু শুকান ফল যেনে খেজুৰ, কাঠবাদাম আৰু কাজুৰে তৈয়াৰী মোদকৰ সোৱাদ লওক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.