মছলাযুক্ত কলৰ শ্বেক

By

Published : Sep 6, 2020, 8:14 PM IST

thumbnail

ফ্ৰুইট শ্বেক আৰু আৰু স্মুথি হৈছে অন্যতম স্বাস্থ্যকৰ আৰু আৰু সহজ উপায়, যিয়ে আপোনাৰ শৰীৰক প্ৰয়োজনীয় পুষ্টি প্ৰদান কৰে ৷ কল হৈছে প্ৰচুৰ পুষ্টিকৰ উপাদানেৰে ভৰা এবিধ ফল যি বছৰৰ সকলো সময়তে উপলব্ধ ৷ এই ভিডিঅ'যোগে আমি আপোনাৰ বাবে লৈ আনিছো মছলাযুক্ত বানানা শ্বেক ৷ ভিডিঅ'টো চাই আপুনিও ঘৰতে চেষ্টা কৰক এই শ্বেক প্ৰস্তুত কৰিবলৈ, লগতে আমাৰ সৈতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ নাপাহৰিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.