প্লাম পুডিঙেৰে আৰু অধিক ৰঙীণ কৰি তোলক খ্ৰীষ্টমাচ

By

Published : Dec 18, 2020, 10:00 PM IST

thumbnail

নামত কি আছে ? প্লাম পুডিঙেই কওক বা খ্ৰীষ্টমাচ পুডিঙেই কওক ! আমোদজনক বিষয় যে, প্লাম পুডিঙত নাথাকে কোনো প্লাম ৷ ইংলেণ্ডৰ এই পৰম্পৰাগত খ্ৰীষ্টমাচ মিঠাইয়ে স্থান পাইছে মহান নাট্যকাৰ উইলিয়াম শ্বেক্সপীয়েৰৰ কলমতো ৷ পৰম্পৰাগত এই পুডিং হয়তো প্ৰায় সকলো খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকৰ ঘৰতে জনপ্ৰিয় ৷ লাগিলে সেইয়া কোনো সকামেই হওক বা পৃথিৱীৰ যিকোনো প্ৰান্ত ৷ ইয়াৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আপোনালোকৰ বাবে লৈ আনিছো প্লাম পুডিঙৰ ৰেচিপি ৷ এই ৰেচিপি আপুনিও শিকক আৰু ঘৰত চেষ্টা কৰি চাওক, লগতে আমাকো জনাওক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.