লাওৰে তৈয়াৰী ভজা মোদকৰ সোৱাদ লওঁ আহক...

By

Published : Sep 10, 2021, 7:59 PM IST

thumbnail

ভক্তসকলৰ মাজত ভগৱান গণেশৰ অপৰিসীম জনপ্ৰিয়তাই তেওঁলোকক তেওঁৰ প্ৰিয় খাদ্য মোদকৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যেন সৃষ্টিশীল কৰি তুলিছে ৷ এই সুস্বাদু খাদ্য প্ৰস্তুত কৰাৰ পৰম্পৰাগত পদ্ধতিৰ বাহিৰেও কেইবাটাও পৰীক্ষা-নিৰীক্ষা কৰা হৈছে আৰু এই পৰীক্ষাত মোদকৰ সোৱাদ যঠেষ্ট সুস্বাদু হৈছে । এনেসমূহ পৰীক্ষামূলক ৰেচিপিৰ ভিতৰত এটা ৰেচিপিত চাউলৰ আটাৰ সলনি ময়দা ব্যৱহাৰ কৰা হয় আৰু ষ্টাফিঙৰ বাবে mawa/khoya আৰু লাউৰ এক সুস্বাদু সংমিশ্ৰণ তৈয়াৰ কৰা হয় ৷ ভাপত তৈয়াৰ কৰাৰ পৰিৱৰ্তে ইয়াক সম্পূৰ্ণৰূপে ভজা হয় ৷ আহক আপুনিও এই ৰেচিপি চেষ্টা কৰক আৰু আপোনাৰ মতামত জনাওক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.