বিশ্বকৰ্মাৰ মূৰ্তিত অন্তিম পৰশ দিয়াত ব্যস্ত মৃন্ময় শিল্পী

By

Published : Sep 14, 2021, 7:52 PM IST

Updated : Sep 14, 2021, 7:58 PM IST

thumbnail

দুদিন পাছতেই নিৰ্মাণ-বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা ৷ এই লৈ সৰ্বত্ৰে চলিছে পূজাৰ প্ৰস্তুতি ৷ চৰকাৰে জাৰি কৰা ক‘ভিড প্ৰ’টকল মানি বিশ্ব খনিকৰৰ পূজা অৰ্চনাৰ বাবে সাজু হৈছে ৰাজ্যৰ বিভিন্ন অনুষ্ঠান প্ৰতিস্থান সমূহো ৷ দেৱশিল্পী বিশ্বকৰ্মাৰ আৰাধনা বাবে এইবাৰ ৰাজ্যত তৈয়াৰ কৰা দেখা গৈছে অগণন পূজাস্থলী ৷ বিশ্বকৰ্মা পূজাৰ বাবে ইতিমধ্যে মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল ৷

Last Updated : Sep 14, 2021, 7:58 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.