উন্নত মানৰ চাহৰ সোৱাদ ল’বলৈ এতিয়াৰ পৰা যাব নালাগে বিদেশলৈ...

By

Published : Jul 20, 2019, 9:13 PM IST

thumbnail

অসমত উৎপাদিত উন্নত মানৰ চাহৰ সোৱাদ ল’বলৈ আপুনি এতিয়া হাবাথুৰি খাব নালাগে ৷ কাৰণ আপুনি বিচাৰি ফুৰা গ্ৰীণ টি,অলং টি,পাৰপল টিকে আদি কৰি কেইবাবিধো উন্নত মানৰ চাহ এতিয়াৰ পৰা উপলব্ধ হ'ব গুৱাহাটী tea auction চেণ্টাৰত প্ৰতিষ্ঠা কৰা থলুৱা চাহৰ বিপনীত । চাওঁক, আমাৰ এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.