5000 টকাত বিক্ৰী হয় অসমৰ শিশু !

By

Published : Jul 4, 2019, 8:05 PM IST

Updated : Jul 4, 2019, 8:51 PM IST

thumbnail

5000 টকাত বিক্ৰী হয় অসমৰ শিশু ,ক'লৈ নিয়া হয় অসমৰ শিশু? অসমত সক্ৰিয় বৃহৎ মানৱ সৰবৰাহ চক্ৰ ! বহি:ৰাজ্যলৈ কোনে আৰু ক'লৈ নিয়ে এইসকল লৰা-ছোৱালীক? প্ৰতিবছৰে অসমৰ পৰা নিৰুদ্দেশ হয় শ শ শিশু ৷ সময়ে সময়ে ৰাজস্থান, হাৰিয়ানা, অন্ধ্ৰ প্ৰদেশ, চেন্নাই, বাংগালুৰু আৰু নতুন দিল্লীৰ পৰা উদ্ধাৰ হয় অসমৰ শিশু ৷ কিন্তু নিৰুদ্দেশ হোৱা শিশুতকৈ তেনেই কম উদ্ধাৰ হোৱা শিশুৰ সংখ্যা ৷ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ তথ্য অনুসৰি ২০১৮ বৰ্ষত ৰাজ্যৰ পৰা নিৰুদ্দেশ হোৱা লৰা-ছোৱালীৰ উদ্ধাৰ হয় মাত্ৰ ৩০ শতাংশহে।

Last Updated : Jul 4, 2019, 8:51 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.