নিৰ্বাচনে প্ৰভাৱ পেলাই নেকি দেশৰ অৰ্থনীতিত? এখন সুস্থিৰ চৰকাৰৰ অপেক্ষাত বাণিজ্য ক্ষেত্ৰ

By

Published : Apr 27, 2019, 5:05 PM IST

thumbnail

বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতত এতিয়া নিৰ্বাচনী বতৰ ৷ দেশৰ অৰ্থনৈতিক নীতি নিৰ্ধাৰণ কৰা নিৰ্বাচিত চৰকাৰ এখনৰ সুদৃঢ় স্থিতিৰ ওপৰত তীক্ষ্ন নজৰ ৰাখে বাণিজ্যখণ্ডৰ কাণ্ডাৰীসকলেও ৷ এখন সুস্থিৰ চৰকাৰৰ অপেক্ষাত দৃষ্টি নিবদ্ধ হোৱা বাণিজ্যখণ্ডৰ কৌশলী স্থিতিৰ বাবে প্ৰভাৱিত হয় দেশৰ অৰ্থনৈতিক অৱস্থা ৷ কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় নীতি আৰু ৰাজনৈতিক স্থিতিয়ে দেশৰ অৰ্থনীতিত মূল প্ৰভাৱ পেলোৱা দেখা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.