অসমৰ চাহ উদ্যোগত বৃহৎ ক্ষতি : 15 শতাংশ হ্ৰাস উৎপাদন

By

Published : Jul 20, 2019, 11:26 PM IST

thumbnail

জুলাই মাহৰ বিধ্বংসী বানে ৰাজ্যৰ লাখ লাখ লোকৰ ক্ষতি সাধন কৰাৰ লগতে বিধ্বস্ত কৰিছে অসমৰ অৰ্থনীতিৰ অন্যতম মেৰদণ্ড চাহ উদ্যোগক । অন্যান্য বছৰৰ তুলনাত ১৫ শতাংশ হ্ৰাস পাইছে ৰাজ্যত চাহৰ উৎপাদন । চাওক এই সন্দৰ্ভত আমাৰ এই বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.