চাওক: অলিম্পিয়ান সকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ মুহূৰ্ত

By

Published : Aug 18, 2021, 7:57 PM IST

thumbnail

অলিম্পিয়ান সকলৰ সৈতে নিজৰ চৰকাৰী বাসভৱনত মত বিনিময় কৰাৰ মুহূৰ্তৰ ভিডিঅ’ বুধবাৰে টুইটাৰযোগে শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে ৷ এই অনুষ্ঠানত প্ৰতিগৰাকী খেলুৱৈৰ সৈতে পৃথকে পথকে মত বিনিময় কৰি তেওঁলোকৰ স্বাস্থ্যৰো বুজ লয় প্ৰধানমন্ত্ৰীয়ে ৷ ইয়াৰ উপৰিও প্ৰতিগৰাকী খেলুৱৈকে যিকোনো 75 খন শিক্ষানুষ্ঠানলৈ গৈ তাৰ ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় কৰিবলৈ অনুৰোধ জনায় প্ৰধানমন্ত্ৰী মোডীয়ে ৷ লগতে দেশত ক্ৰীড়াৰ ক্ষেত্ৰত কি কি আন্তঃগাঠনিৰ সংস্কাৰ সাধনৰ প্ৰয়োজন সেই সন্দৰ্ভতো খেলুৱৈসকলক লিখিতভাৱে জনাবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.