বৰপেটাৰ অংগনবাড়ী কেন্দ্ৰত যোগ আৰু পৰিপুষ্টিৰ বিশেষ শিবিৰ

By

Published : Sep 10, 2021, 9:37 PM IST

thumbnail

সমাজ কল্যাণ বিভাগে শেহতীয়াভাৱে গৰ্ভৱতী আৰু প্ৰসূতি মাতৃ আৰু কিশোৰ-কিশোৰীসকলৰ উৎকৰ্ষৰ বাবে অংগনবাড়ী কেন্দ্ৰ সমুহত যোগ আৰু পৰিপুষ্টিৰ বিশেষ শিবিৰ অনুষ্ঠিত কৰিছে ৷ বৰপেটা জিলা সমাজ কল্যাণ বিষয়াই শুকুৰবাৰে বৰপেটাত যোগ আৰু পৰিপুষ্টি শিবিৰ এটা মুকলি কৰি খাদ্যৰ গুণাগুণ আৰু পৰিপুষ্টি সন্দৰ্ভত সজাগতাৰ প্ৰয়াস চলায় ৷ তদুপৰি পুষ্টিহীনতাত ভোগা শিশুসকলক চৰকাৰী কেন্দ্ৰত ভৰ্তি কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা বুলিও প্ৰকাশ কৰে সমাজ কল্যাণ বিষয়াগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.