টিপ্ৰাৰ মুৰব্বী মুৰব্বী প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনৰ বিশেষ সাক্ষাৎকাৰ

By

Published : Jul 8, 2021, 11:05 PM IST

thumbnail

প্ৰাক্তন কংগ্ৰেছী নেতা তথা টিপ্ৰা (TIPRA)ৰ মুৰব্বী প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন (Pradyot Kishore Debbarman)য়ে Tripura Tribal Areas Autonomous District Councilৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰিছিল ৷ তেওঁ কয় যে, বিজেপিবিহীন চৰকাৰ গঠনৰ ক্ষেত্ৰত কংগ্ৰেছ (Congress) দলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব ৷ তেওঁৰ মতে, কংগ্ৰেছ দল অবিহনে কেন্দ্ৰত বিজেপিবিহীন চৰকাৰ গঠন কৰাতো অসম্ভৱ ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰযোগে টিপ্ৰা (TIPRA)ৰ মুৰব্বীগৰাকীয়ে তেওঁৰ ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়েও অৱগত কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.