19 বছৰীয়া ভাৰতীয় স্বাধীনতা সংগ্ৰামী খুদিৰাম বসুৰ স্মৃতি...

By

Published : Aug 15, 2021, 6:21 AM IST

thumbnail

মুজাফৰপুৰৰ অমৰ শ্বহীদ খুদিৰাম বসু (Khudiram Bose) ৷ যিয়ে বৃটিছ শাসন ব্যৱস্থাক আচৰিত কৰি 19 বছৰ বয়সতে সৰ্বোচ্চ ত্যাগ কৰিছিল ৷ ভাৰতীয় স্বাধীনতা আন্দোলনত ভাগ লোৱা এইগৰাকী মহান নায়কৰ সৈতে জড়িত বহু স্মৃতি এতিয়াও মুজাফৰপুৰত সংৰক্ষিত হৈ আছে । অৱশ্যে চৰকাৰৰ উদাসীনতাৰ বাবে লাহে লাহে এই স্মৃতি (Memories)সমূহ হেৰাই যোৱাৰ উপক্ৰম হৈছে ৷ স্বাধীনতা দিৱস(Independence Day)ৰ শুভক্ষণত বীৰ শ্বহীদগৰাকীৰ দেশপ্ৰেম আৰু বীৰত্বৰ এক চমু অৱলোকন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.