ভাৰত বন্ধ : দিল্লী-নয়ডা-গুৰুগ্ৰাম সংযোগী পথত ব্যাপক যান-জঁট

By

Published : Sep 27, 2021, 12:39 PM IST

thumbnail

বিগত 10 মাহ ধৰি তিনি কৃষি আইন(Farm Law)ৰ বিৰোধিতাৰে আন্দোলন অব্যাহত ৰাখিছে কৃষক সংগঠনসমূহে । সোমবাৰে ইউনাইটেড কিষাণ মৰ্চাই এই আন্দোলন তীব্ৰ আৰু শক্তিশালী কৰি তুলিবলৈ ভাৰত বন্ধ(Bharat Bandha)ৰ আহ্বান জনাইছে । যাৰ ফলস্বৰূপে সমগ্ৰ দেশৰ কৃষকসকলে স্থানীয় পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে । দিল্লী-উত্তৰ প্ৰদেশ সীমান্তৰ নয়ডা আৰু হাৰিয়ানাৰ গুৰুগ্ৰামৰ ৰাষ্ট্ৰীয় ঘাইপথত কৃষক সংগঠনৰ প্ৰতিবাদৰ ফলত প্ৰচণ্ড যান-জঁট(Traffic Jam) হোৱা দেখা গৈছে ৷ ইয়াৰ ফলস্বৰূপে বহু দূৰলৈকে যান-বাহনৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে ৷ চাওক সোমবাৰৰ পুৱাৰ এই দৃশ্য...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.