টকিঅ’ অলিম্পিকত ব্ৰঞ্জ: তাৰকা হকী খেলুৱৈ মনদীপ সিঙৰ সৈতে বাৰ্তালাপ ইটিভি ভাৰতৰ

By

Published : Aug 5, 2021, 12:43 PM IST

thumbnail

টকিঅ’ অলিম্পিক (Tokyo Olympics)ত বৃহস্পতিবাৰে ইতিহাসৰ পুনৰাবৃত্তি কৰিবলৈ সক্ষম হয় ভাৰতীয় পুৰুষ হকী দল (Men's Hockey Team)টোৱে ৷ প্ৰায় 41 বছৰৰ মূৰত টকিঅ’ অলিম্পিক (Tokyo Olympics)ত হকী (Hockey)ত ঐতিহাসিক জয়লাভ কৰিছে ভাৰতে ৷ প্ৰতিপক্ষ জাৰ্মানীক 5-4 গ’লৰ ব্যৱধানত হৰুৱাই ব্ৰঞ্জ (Bronze)ৰ পদক লাভ কৰে ভাৰতীয় পুৰুষ হকী দলে (Men's Hockey Team) ৷ ভাৰতে যেতিয়া শেষবাৰৰ বাবে অলিম্পিকত পদক অৰ্জন কৰিছিল, তেতিয়া জন্মই হোৱা নাছিল ভাৰতৰ তাৰকা হকী খেলুৱৈ মনদীপ সিঙৰ ৷ কিন্তু আজি জাৰ্মানৰ বিৰুদ্ধে গেমছৰ এজ-অফ-চি-প্লে’-অফ (Edge-of-the-seat play-off)মেচত খেলপথাৰত নিৰ্ভীক আছিল ভাৰতৰ তাৰকা খেলুৱৈগৰাকী । বিগত চাৰি দশকৰ অন্তত ভাৰতীয় হকী দলে আজি অলিম্পিকত ব্ৰঞ্জৰ পদক জয়েৰে দলটোৰ পূৰ্বৰ গৌৰৱ উভতাই আনিবলৈ সক্ষম হয় । ভাৰতীয় পুৰুষ হকী দল (Men's Hockey Team)ৰ এই সাফল্যৰ পাছত ইটিভি ভাৰতে তাৰকা খেলুৱৈ মনদীপ সিঙৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে পৰিয়ালৰ সৈতে এই আনন্দৰ মূহূৰ্ত উপভোগ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.