ৱাগন ট্ৰেজেডী : ব্ৰিটিছে কৰা গণহত্যাৰ পাহৰিব নোৱাৰা ইতিহাস

By

Published : Sep 11, 2021, 6:07 AM IST

Updated : Sep 11, 2021, 10:33 AM IST

thumbnail

মালাবাৰ বিদ্ৰোহৰ বিৰুদ্ধে ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ আৰু দমন কৰা স্বত্বেও, আন্দোলন তীব্ৰতৰ হৈছিল । ১৯২১ চনৰ ২০ নৱেম্বৰ, কেৰালাৰ বিভিন্ন ঠাইত মাটিৰ মালিক আৰু ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ হৈ উঠিছিল । আন্দোলনত গ্ৰেপ্তাৰ হোৱা সকলক কেৰালাৰ বাহিৰলৈ স্থানান্তৰ কৰাৰ বাবে বন্ধ ৰেলপথৰ ৱাগন সমূহ ব্যৱহাৰ কৰিছিল ব্ৰিটিছে ৷ এই ঘটনাই কেনেকৈ গণহত্যাৰ ৰূপ পালে জানো আহক...

Last Updated : Sep 11, 2021, 10:33 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.