Zubeen Garg comment: বহুত পইচা দিলেহে বিশ্বকাপত কোন জিকিব কম: জুবিন গাৰ্গ
Published on: Dec 3, 2022, 2:58 PM IST

ফুটবলৰ প্ৰতি অগাধ ভালপোৱা আছে জুবিন গাৰ্গৰ । এইবাৰ কাটাৰত অনুষ্ঠিত ফুটবল বিশ্বকাপ উপভোগ কৰিলে জুবিন গাৰ্গে(Zubeen Garg enjoys World Cup football in Qatar) । অসম দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সোণাৰিত উপস্থিত হোৱা জুবিন গাৰ্গ ক'লে বিশ্বকাপ ফুটবল উপভোগ কৰা ৰোমাঞ্চকৰ অভিজ্ঞতাৰ কথা(Zubeen Garg comment about Football Worldcup) । আৰ্জেন্টিনাৰ মেছিৰ খেল উপভোগ কৰা কথা ক'লে জুবিন গাৰ্গে । এচিয়ান দেশ সমূহে এইবাৰ ভাল খেলিছে বুলিও তেওঁ উল্লেখ কৰে । লগতে বহুত পইচা দিলেহে এইবাৰ ফুটবল বিশ্বকাপত কোন জয়ী হ'ব কম বুলি ব্যঙ্গ কৰে জুবিন গাৰ্গে ।
Loading...