বকো থানাত জুবিনৰ মৃতদেহ

By

Published : Sep 29, 2022, 10:54 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

বকোৰ ডাকুৱাপাৰাত অচেতন অৱস্থাত যুৱক উদ্ধাৰ কৰা হৈছে (Youth body rescued at Boko) ৷ বৃহস্পতিবাৰে পথৰ দাঁতিত উদ্ধাৰ কৰা হৈছে জুবিন দাসৰ নামৰ যুৱকজনক (Youth suspicious death)৷ ইয়াৰ পিছতে স্থানীয় লোকে ততাতৈয়াকৈ জুবিনক চিকিৎসলয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ নিহত যুৱকজন জুবিন দাস (১৯)ৰ ঘৰ বকোৰ পাখাৰাপাৰাত ৷ যুৱকজনৰ অস্বাভাৱিক মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ শুকুৰবাৰে মৰোণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰিব জুবিনৰ মৃতদেহ ৷ সম্প্ৰতি বকো আৰক্ষী থানাত ৰখা হৈছে যুৱকজনৰ মৃতদেহ ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.