Wild elephant terror: সোণাৰিত নিশা বন্যহস্তীৰ তাণ্ডৱ

By

Published : Dec 5, 2022, 1:38 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ৰাজ্যত অব্যাহত হাতী মানুহৰ সংঘাত (Wild elephant menace in Assam) । চৰাইদেউ জিলাৰ সোণাৰিতো অব্যাহত বন্যহস্তীৰ তাণ্ডৱ । সোণাৰিৰ নাফুক চাহ বাগিচাত দেওবাৰে নিশা বন্যহস্তীয়ে ভাঙিলে ৪ টাকৈ ঘৰ । অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানৰ ওলাই অহা হাতীৰ জাকটোৱে নাফুকৰ ২ নং লাইনত ৪টাকৈ ঘৰ ভাঙি লণ্ডভণ্ড কৰে (Wild elephant scare at Sonari) । হাতীৰ জাকটোৱে মুনু বাক্তি, প্ৰহ্লাদ বাক্তি, জিব্ৰিয়েল নন্দ আৰু আদাম কুমাৰৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে । ভুক্তভোগী পৰিয়াল কেইটাক সুৰক্ষা প্রদানত ব্যৰ্থ হোৱাত বন বিভাগৰ বিৰুদ্ধে ক্ষোভ স্থানীয় ৰাইজৰ ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.