Nagaon suicide case : নগাঁৱত পশ্চিমবংগৰ মহিলাৰ আত্মহত্যা

By

Published : Nov 21, 2022, 6:42 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

ফেচবুক প্ৰেমৰ কৰুণ পৰিণতি ৷ নগাঁৱৰ চীনাপট্টিত চিপ লৈ আত্মহত্যা পশ্চিমবংগৰ এগৰাকী মহিলাৰ (West Bengal woman commits suicide in Nagaon)৷ মৃত মহিলাগৰাকীৰ নাম শিখা দেৱী । জানিব পৰা মতে, ফেচবুকৰ জৰিয়তে চিনাকী হৈছিল নগাঁৱৰ ৰকি আহমেদ নামৰ এগৰাকী যুৱকৰ সৈতে । ফেব্ৰুৱাৰী মাহত পূৰ্বৰ স্বামীক এৰি শিলিগুড়িৰ পৰা আহিছিল শিখা দেৱী । তাৰ পিছৰে পৰা চীনাপট্টিত ভাড়াঘৰত আছিল শিখা । কিন্তু হঠাৎ শিখাৰ মৃত্যুত এতিয়া তীব্ৰ উত্তজেনাই বিৰাজ কৰিছে নগাঁৱত ৷ শেহতীয়া তথ্য অনুসৰি, প্ৰেমিক ৰকি আহমেদক ইতিমধ্যে আটক কৰিছে নগাঁও আৰক্ষীয়ে ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.