নগাঁও প্ৰেছ ক্লাৱত উদযাপন বিশ্বকৰ্মা পূজা

By

Published : Sep 17, 2022, 2:30 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

আজি ৰাজ্যজুৰি উলহ মালহেৰে উদযাপন কৰা হৈছে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা (Vishwakarma Puja in Assam) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁও প্ৰেছ ক্লাবত দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হৈছে বিশ্বকৰ্মা পূজা (Vishwakarma Puja celebrated in Nagaon)৷ নগাঁও প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰ সহযোগত প্ৰত্যেক বছৰৰ দৰেই এইবাৰো নগাঁও প্ৰেছ ক্লাবত উদযাপন কৰা হয় পূজা (Vishwakarma Puja celebrated in Nagaon press club) ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.