অসংখ্যজনে স্ব-ভূমিলৈ আদৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক

By

Published : Sep 18, 2022, 5:36 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল (Sarbananda Sonowal in Dibrugarh)। কেন্দ্ৰীয় সংসদীয় ব’ৰ্ড(Parliamentary Board) আৰু ৰাষ্ট্ৰীয় নিৰ্বাচনী সমিতিৰ সদস্য হিচাবে নিৰ্বাচিত হোৱাৰ পাছতে পোন প্ৰথমবাৰৰ বাবে গৃহ জিলাত উপস্থিত হ’ল সোণোৱাল (Sarbananda sonowal home district)৷ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত(Mohanbari airport Dibrugarh) অগনন লোকে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সম্ভাষণ জনাবলৈ ভিৰ কৰাৰ লগতে বিশাল শুভাযাত্ৰা কৰি আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহলৈকে আদৰি নিয়ে । আদৰণি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী(Union minister Rameswar Teli), বিধায়ক ক্ৰমে বিনোদ হাজৰিকা, প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈৰ ওপৰিও ঢকুৱাখনাৰ বিধায়ক নৱ দলেৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীয় লোকৰ লগতে বহু শুভাকাংক্ষী লোকে ভিৰ কৰা পৰিলক্ষিত হয় ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.