Kiren Rijiju in Bogidhola Tea Estate: বগীধলা বাগিচাৰ দুৰ্গত শ্ৰমিকৰ কাষত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

By

Published : Nov 30, 2022, 10:03 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

২০১৭ চনৰ ছেপ্টেম্বৰত শ্ৰমিকে প্ৰাপ্য বিচাৰি বগীধলা চাহ বাগিচাৰ মালিক পক্ষক অনুৰোধ কৰাৰ সময়তে মালিক পক্ষই ১১ জনকৈ শ্ৰমিকক গুলীবিদ্ধ কৰিছিল (Fire on workers at Bogidhola tea estate) ৷ ইয়াৰ পাছৰ পৰাই লকআউট হৈ আছে বগীধলা চাহ বাগিচা (Bogidhola Tea Estate Golaghat) । শ্ৰমিকসকল নাজল-নাথল অৱস্থাৰে কৰ্মহীন হৈ পৰিছে ৷ বুধবাৰে গোলাঘাটত বাহৰ পাতি থকা কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে বাগিচাৰ সমস্যাৰ বুজ লয় (Kiren Rijiju at Bogidhola tea estate) ৷ বাগিচাখনত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্ৰমিকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.