Fish hunting in Kokrajhar : কোকৰাঝাৰৰ ঐতিহাসিক তাৰং বিলত সমূহীয়া মৎস্য চিকাৰ

By

Published : Oct 30, 2022, 10:14 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

আজি দেওবাৰ ৷ কোকৰাঝাৰ জিলাৰ ঐতিহাসিক তাৰং বিলৰ পাৰত পুৱাই বিৰাজ কৰিছে এক উৎসৱ মুখৰ পৰিৱেশে ৷ কাহিলি পুৱাতে হাতে হাতে জাকৈ, খালৈ, পল, জাল ইত্যাদি লৈ বিললৈ আহিছে হাজাৰ হাজাৰ মাছমৰীয়া ৷ উদ্দেশ্যে ৰাহুৱাকৈ মৎস্য চিকাৰ কৰা (Fish hunting in Kokrajhar) ৷ পৰম্পৰা অনুসৰি প্ৰত্যেক বছৰেই আজিৰ এই দিনটোত জিলাখনৰ দূৰ-দূৰণিৰ পৰা অহা বহুলোকে সমূহীয়াকৈ মাছ ধৰে (Traditional fish hunting at tarang beel) । তাৰ ব্যতিক্ৰম নহ’ল আজিৰ এই বিশেষ দিনটোও ৷ একপ্ৰকাৰে প্ৰত্যেক বছৰেই সকলো জাতি-জনগোষ্ঠীৰ মিলন ভূমি হৈ পৰি পৰে এই তাৰং বিলৰ পাৰ ৷

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.