Militant cadre detained: কাছাৰত HPC উগ্ৰপন্থী গোটৰ শীৰ্ষ কেডাৰ আটক

By

Published : Dec 25, 2022, 10:38 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

দীৰ্ঘদিন ধৰি উগ্ৰপন্থীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে অভিযান চলাই আহিছে ৷ শনিবাৰে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই লক্ষীপুৰ আৰক্ষী আৰু অসম ৰাইফলছে লক্ষীপুৰৰ পৰা মাৰ পিপলছ কনভেনছন চমুকৈ HPC (P) উগ্ৰপন্থী সংগঠনৰ এটা শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰে (Militant cadre detained)৷ ধৃত উগ্ৰপন্থীটোৰ নাম লালমিন থাং ছানাটে বুলি সদৰী কৰিছে (Top cadre detained)৷ উগ্ৰপন্থীটো সংগঠনটোৰ স্বয়ম্ভু অধ্যক্ষ বুলি আৰক্ষীয়ে জানিবলৈ দিছে (Militant cadre detained in Cachar)৷ উগ্ৰপন্থীটোৰ পৰা আৰক্ষীয়ে চাৰিটা পইন্ট থ্ৰী টু পিষ্টল আৰু 48 টা সক্ৰিয় গুলী উদ্ধাৰ কৰা হৈছে ৷ ইফালে, উগ্ৰপন্থীটোক গ্ৰেপ্তাৰৰ পিচত আৰক্ষী অধীক্ষক নোমাল মাহাত্তোৱে (SP Nomal Mahatto) সংবাদমেল আয়োজন কৰি কয় যে, ধৃত উগ্ৰপন্থীটো অপহৰণৰ লগতে ধন দাবীসহ বিভিন্ন অপৰাধত জড়িত আছিল ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.