প্ৰাক্তন প্ৰেমিক ৰহমান শ্বলৰ সৈতে দেখা গ’ল সুস্মিতা সেনক

By

Published : Aug 29, 2022, 1:27 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

দেওবাৰে মুম্বাইত অভিনেত্ৰী সুস্মিতা সেনক তেওঁৰ প্ৰাক্তন প্ৰেমিক ৰহমান শ্বলৰ সৈতে দেখা গ’ল (Sushmita Sen spotted with ex Rohman Shawl) ৷ প্ৰাক্তন দম্পতীহালৰ সৈতে সেনৰ ডাঙৰ কন্যা ৰেনী সেনো আছিল ৷ ৰেনী আৰু ৰহমানে দুয়ো দুয়োকে সুন্দৰকৈ সম্ভাষণ জনায় (Sushmita Sen daughter) ৷ পাপ্পাৰাজীৰ সৈতে সুন্দৰকৈ মত বিনিময় কৰে সুস্মিতাই ৷ তিনিওৱে মিলি ফটোৰ বাবে প’জো দিয়ে ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.