4 student expelled in Karimganj: ইউনিফৰ্ম পৰিধান কৰি ৰীল বনোৱাৰ দোষত বহিস্কৃত ৪ ছাত্ৰী

By

Published : Dec 23, 2022, 2:19 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

ৰীলৰ ট্ৰেণ্ডত "পতলী কমৰীয়া" । পিছে পতলী কমৰীয়া গানত ৰীল বনাই বিপদত পৰিল কৰিমগঞ্জৰ ৪ গৰাকী ছাত্ৰী(4 student expelled in Karimganj) । ইউনিফৰ্ম পৰিধান কৰি পতলী কমৰীয়া গীতত নৃত্য প্ৰদৰ্শন কৰাৰ বাবেই চাৰিগৰাকী ছাত্ৰীক সাময়িকভাৱে বহিষ্কাৰ কৰিছে কৰিমগঞ্জৰ লাতু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই(Student expelled for making reels in uniform) । উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে কৰিমগঞ্জৰ জফৰগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আঠগৰাকী ছাত্ৰ-ছাত্ৰীকো ইউনিফৰ্ম পৰিধান কৰি ৰীল বনোৱাৰ অভিযোগত বহিস্কাৰ কৰা হৈছিল ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.