Son Killed Mother: এটা ম’বাইলৰ বাবেই মৰিয়াই মৰিয়াই মাতৃক হত্যা পুত্ৰৰ

By

Published : Nov 23, 2022, 9:55 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

নিজ মাতৃক নিৰ্মমভাৱে হত্যা কুলাংগাৰ পুত্ৰৰ (Son killed mother in Dibdugarh) । মাতৃহন্তা পুত্ৰক গ্ৰেপ্তাৰ লাহোৱাল আৰক্ষীৰ । এটা ম’বাইলৰ বাবেই নিদাৰুণভাৱে লোহাৰ ৰডেৰে মূৰত মৰিয়াই মাতৃক হত্যা কৰিলে এটা কিশোৰে (Son killed mother for Mobile phone)। পলাতক হত্যাকাৰীক খেদি খেদি কৰায়ত্ত কৰে আৰক্ষীয়ে । ডিব্ৰুগড়ৰ পল্টন বজাৰৰ চানমাৰি ঘাটত আত্মগোপন কৰি আছিল হত্যাকাৰীটোৱে । মাতৃক হত্যা কৰি কাঢ়ি লৈ যায় ১৬ হাজাৰ টকা । হত্যাকাণ্ড সংঘটিত কৰাৰ পাচত সেই টকাৰে এটা নতুন ম’বাইলো ক্ৰয় কৰে হত্যাকাৰী পুত্ৰই ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.