Smuggling Wood seized at Jorhat: অবৈধ কাঠ পৰিবাহী ট্ৰাক জব্দ

By

Published : Dec 6, 2022, 6:10 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ (Wood smuggling in Assam) ৷ টীয়কত জব্দ কৰা হৈছে দুখন অবৈধ কাঠ পৰিবাহী ট্ৰাক । অৰুণাচলৰ পৰা গুৱাহাটীলৈ অনা হৈছিল কাঠখিনি(Smuggling Wood seized at Jorhat) । গাড়ী দুখনৰ নম্বৰ AS-01-PC - 4918,AS-01- KC- 3085 ৷ গাড়ী দুখনৰ চালক-হেণ্ডিমেন চাৰিজনক আটক কৰিছে টীয়ক আৰক্ষীয়েে । জব্দকৃত কাঠখিনিৰ নথি-পত্ৰত বিসংগতি থকাৰ কথা আৰক্ষী সূত্ৰই জানিবলৈ দিছে ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.