নৰ্থ-ইষ্ট ইউনাইটেড এফ চি দলত খেলিব অসমৰ ছগৰাকী খেলুৱৈয়ে

By

Published : Sep 27, 2022, 7:45 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

নৰ্থ-ইষ্ট ইউনাইটেড এফ চিত এইবাৰ অসমৰ পৰা থাকিব ৬ জনকৈ খেলুৱৈ (Assamese player in North East United FC)। গৌৰৱ বৰা, দিপু মিৰ্ধা, পাৰ্থীৱ সুন্দৰ গগৈক নতুনকৈ অন্তৰ্ভুক্ত কৰোৱাৰ লগতে প্ৰজ্ঞান গগৈ, নিখিল ডেকা (গ’ল কীপাৰ) বিষ্ণু ৰাভাসহ মুঠ ৬ গৰাকী খেলুৱৈয়ে খেলিব নৰ্থ-ইষ্ট ইউনাইটেড এফ চিৰ হৈ । মঙলবাৰে মহানগৰীৰ হোটেল ভিভান্টাত নৰ্থইষ্ট ইউনাইটেড ফুটবল ক্লাব আৰু ইম্পেৰিয়েল ব্লুৰ যুটীয়া সংবাদমেলত এই কথা সদৰী কৰে নৰ্থ-ইষ্ট ইউনাইটেড এফ চিৰ টীম মেনেজাৰ শ্বাহশ্বদ মহম্মদে (Team manager Shahashad Muhammed) । লগতে তেওঁ কয় যে অসমৰ ৬ গৰাকী খেলুৱৈসহ উত্তৰ-পূৱৰ মুঠ ৮ জন খেলুৱৈ থাকিব নৰ্থ ইষ্ট ইউনাইটেড FCত (North East United FC) ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.