Mukro violence update: মেঘালয়ত আবদ্ধ অসমৰ লোকসকলক উদ্ধাৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে

By

Published : Nov 27, 2022, 11:44 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

‘‘মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ লোকসকলক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে (Assam people stuck in Meghalaya) বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই ঘটনাৰ লগত জড়িত প্ৰকৃত দোষীক চিনাক্ত কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে (Firing in Assam Meghalaya border) ৷ শীঘ্ৰে পূৰ্বৰ দৰে সকলো পৰিস্থিতি ঘূৰি আহিব (Tension grips Assam Meghalaya border) ৷’’ শনিবাৰে বোকাখাতত সংবাদ মাধ্যমৰ আগত অসম আৰু মেঘালয়ৰ মাজত চলি থকা সংঘাত (Assam Meghalaya Conflict) সম্পৰ্কত মন্তব্য কৰে কৃষি তথা সীমান্ত অঞ্চল উন্নয়ন বিভাগ মন্ত্ৰী অতুল বৰাই ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.