গ্ৰামীণ জীৱিকা অভিযানৰ গোলাঘাটত শাৰদীয় মেলা আৰম্ভ

By

Published : Sep 28, 2022, 2:21 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ (Assam State Rural Livelihoods Mission) সহযোগত গোলাঘাটত আয়োজন কৰা হৈছে শাৰদীয় মেলা (Shardiya Mela at Golaghat)। গোলাঘাটৰ ৮ টা উন্নয়ন খণ্ডৰ আত্মসহায়ক গোটসমূহৰ দ্বাৰা আয়োজিত এই মেলাৰ বুধবাৰে শুভ উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগে (Minister Ajanta Neog Inaugurated at Shardiya Mela)। উক্ত শাৰদীয় মেলাত প্ৰদৰ্শনী, বিপনী, প্ৰতিযোগিতা ইত্যাদি কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি উদ্য়োক্তাসকলে সদৰি কৰিছে । ইপিনে,গোলাঘাটৰ উদ্যানত বন ধ্বংস যজ্ঞ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, কাম হ'বলৈ দিয়ক পাছত কথা পাতিম । CIDF পুঁজিৰ(CIDF fund) অধীনত হোৱা পাৰ্ক উন্নয়নৰ বাবেই গছ কটা বুলিহে মন্ত্ৰী নেওগে মন্তব্য় কৰে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.