নলবাৰীত পথ দুৰ্ঘটনা, টেংকাৰৰ পৰা অহৰহ নিৰ্গত গেছ

By

Published : Sep 22, 2022, 2:10 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

নলবাৰীৰ ঘগ্ৰাপাৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰাষ্ট্ৰীয় ঘাইপথ কাটুৰীয়াৰ ত্ৰিনয়ন এন্টাৰপ্ৰাইজৰ সন্মুখত ৰৈ থকা এখন গেছ ভৰ্তি টেংকাৰত ট্ৰাক এখনে খুন্দিয়াই দিয়াৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো (Road accident in Nalbari NH 31)৷ দুৰ্ঘটনাৰ পিছতেই গাড়ীখনৰ পৰা অহৰহ নিৰ্গত হয় গেছ (Gas tanker accident in Nalbari) ৷ এই দুৰ্ঘটনাৰ পিছতে সম্প্ৰতি পথটো সম্পূৰ্ণ বন্ধ হোৱাৰ উপৰিও গাড়ীখনৰ পৰা গেছ ওলাই থকাত ৰাইজ আতংকিত হৈ পৰিছে ৷ ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্গত হোৱা গেছ ৰোধ কৰিবলৈ তাৎক্ষণিক পন্থা হাতত লয় ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.