Karimganj Road Accident: নিলামবাজাৰ পেটেলনগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে মৃত্যু এজনৰ

By

Published : Dec 18, 2022, 10:53 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

দক্ষিণ কৰিমগঞ্জৰ পেটেল নগৰত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Karimganj) ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় দেৱেশ দাস নামৰ এজন বৃদ্ধ(aged man died in accident) ৷ দ্ৰুত গতিত থকা এখন ট্ৰাকে খুন্দা মৰাৰ ফলতে মৃত্যু হয় বৃদ্ধজনৰ(speeding truck hits the old man) ৷ ইতিমধ্যে আৰক্ষীয়ে পাথাৰকান্দিৰ পৰা ট্ৰাকখন জব্দ কৰাৰ লগতে আটক কৰিছে চালকক ৷ দুৰ্ঘটনাক কেন্দ্ৰ কৰি নিলামবজাৰ এলাকাত পথ অৱৰোধ স্থানীয় ৰাইজৰ ৷ উল্লেখ্য যে, বজাৰৰ পৰা ঘৰলৈ গৈ আছিল দেৱেশ দাস নামৰ বৃদ্ধজনৰ ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.