Road Accident in Dibrugarh: তীব্ৰবেগী বিলাসী বাহনে মহতিয়ালে দুটাকৈ বিদ্যুতৰ খুটা

By

Published : Aug 6, 2022, 1:24 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

শুকুৰবাৰে নিশা ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road Accident in Dibrugarh)৷ ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত তীব্ৰবেগী বিলাসী বাহনে মহতিয়াই লৈ যায় দুটাকৈ বিদ্যুতৰ খুটা ৷ স্থানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে ৷ আৰক্ষীয়ে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখনৰ ভিতৰৰ পৰা চালকজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰে (One injured in road accident) ৷ আহত চালকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.