গোলাঘাটত উদ্যান উন্নয়নৰ নামত গছ কটাক লৈ তীব্ৰ প্ৰতিবাদ

By

Published : Sep 28, 2022, 6:30 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

গোলাঘাটত অতৰ্কিতে গছ কটা কাৰ্যক লৈ প্ৰতিবাদ (protest against cutting tree in Golaghat) । মঙলবাৰে গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত জ্যোতিৰ্ময়ী শিশু উদ্যান উন্নয়নৰ নামত গছ কাটি তহিলং কৰা কাৰ্যক লৈ তীব্ৰ প্ৰতিবাদ (renovation of jyotirmoyee park in Golaghat) । CIDF পুঁজিৰ অধীনত শিশু উদ্যানখনৰ উন্নয়নমূলক কাম হাতত লোৱা হৈছিল । তাৰ বাবে উদ্যানখনত থকা বহু গছ-গছনি কটাৰ অভিযোগ উত্থাপিত হৈছে । উক্ত বন ধ্বংস যজ্ঞ অজন্তা নেওগৰ নেতৃত্বত হোৱাৰ অভিযোগ সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (allegation against Minister Ajanta Neog) । যাৰ বাবে অজন্তা নেওগৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । জ্যোতিৰ্ময়ী শিশু উদ্যানৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

TAGGED:

CIDF

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.