Road accident at tamulpur : বনভোজকাৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

By

Published : Jan 9, 2023, 2:10 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

তামুলপুৰৰ নাগ্ৰীজুলি কলেজ চ'কত বনভোজকাৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত (Accident in Tamulpur) । নলবাৰীৰ চামতাৰ পৰা ওদালগুৰিৰ ভৈৰৱকুণ্ডলৈ বনভোজ খাবলৈ অহা এখন ট্ৰেভেলাৰ বাহন দুৰ্ঘটনাগ্ৰস্থ হয় ৷ বাহনখনৰ সৈতে এখন ৱাগনাৰ বাহনৰ খুন্দা লগাৰ ফলত পথৰ ওপৰতে লুটি খায় পৰে ট্ৰেভেলাৰখন ৷ ট্ৰেভেলাৰখনৰ নম্বৰ AS 25 AC 9695 ৷ ইফালে বনভোজকাৰী দলৰ যুৱক-যুৱতীসকল কম বেছি পৰিমানে আহত হোৱা বুলি জানিবলৈ পৰা গৈছে ৷ আহত সকলৰ নাম এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.