Monthly fees in Model schools: আদৰ্শ বিদ্যালয়ৰ মাছুল আদায়ৰ নিৰ্দেশক লৈ সৰৱ অভিভাৱক

By

Published : Nov 23, 2022, 2:26 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

ৰাজ্যৰ আদৰ্শ বিদ্যালয়সমূহক মাহেকীয়া মাছুল আদায়ৰ নিৰ্দেশক লৈ সৰৱ বিভিন্ন দল সংগঠন (Parents dissatisfied with directive to charge fees of model school) ৷ আদৰ্শ বিদ্যালয়সমূহত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ পৰা মাহিলী ৩০০ টকাৰ মাছুল আদায়ৰ নিৰ্দেশনা প্ৰত্যাহাৰৰ দাবীৰে আদৰ্শ বিদ্যালয়ৰ পৰিচালন সঞ্চালকলৈ অভিভাৱকসকলে প্ৰেৰণ কৰে এখন স্মাৰকপত্ৰ ৷ আদৰ্শ বিদ্যালয়ৰ অভিভাৱক সমন্বয় সমিতিয়ে বৰপেটাৰ জিলা উপায়ুক্তৰ জৰিয়তে আদৰ্শ বিদ্যালয়ৰ পৰিচালন সঞ্চালকলৈ এই স্মাৰকপত্ৰখন প্ৰেৰণ কৰি মাছুল প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছে ৷ মাছুল আদায়ৰ নিৰ্দেশ শিশুৰ শিক্ষা আইনৰ পৰিপন্থী বুলি অভিহিত কৰিছে অভিভাৱকসকলে ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.