Terror of Wild Elephant : ৰঙাপৰাত আধা পকোতেই ধান কাটিবলৈ বাধ্য হ’ল কৃষক

By

Published : Oct 30, 2022, 8:58 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

শোণিতপুৰ জিলাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ ভয়তে কৃষক ৰাইজে কাটিবলৈ বাধ্য হৈছে আধা পকা ধান । কিয়নো শোণিতপুৰ ৰঙাপৰাৰ চৌদিশে কেৱল বনৰীয়া হাতীৰ তাণ্ডৱ (Man Elephant conflict) । ধাননি পথাৰত নামিছ এতিয়া জাকে জাকে বনৰীয়া হাতী (Paddy field destroyed by wild elephant)। ফলত নষ্ট হৈছে মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰা কৃষকৰ আপোন খেতিডৰা ৷ যাক লৈ চিন্তিত হৈ পৰিছে এতিয়া কৃষক ৰাইজ ৷ সেয়ে উপায়ন্তৰ হৈ ৰঙাপৰাত কৃষক ৰাইজে কাটিবলৈ বাধ্য হৈছে আধা পকা ধান ৷

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.